মেষ ৰাশি : গ্ৰহৰ দশা কিছু অস্পষ্ট দেখা গৈছে ৷ জ্ঞানী মানুহৰ দৰে কাম কৰক ৷ অযথা বেছি খৰচ নকৰিব ৷ ধন ধাৰ নল’ব ৷ আপুনি কথাত নিয়ন্ত্ৰণ কৰক ৷ দিনটো ঘৰতে থাকক আৰু শৰীৰৰ যত্ন লওক ৷ ভাল খাদ্য খাওক ৷
বৃষ ৰাশি :গণেশৰ আশীৰ্বাদত দিন শুভ ৷ কলাসন্মত গুণ আৰু আত্মবিশ্বাস বাঢ়িব ৷ গহনা আৰু আন ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় পাৰ কৰিব ৷
মিথুন ৰাশি : উদ্বিগ্নতা আৰু চিন্তাগ্ৰস্ত হৈ থাকিব পাৰে ৷ পাৰিবাৰিক ক্ষেত্ৰত সাৱধান হওক ৷ কথা-বতৰাত নিয়ন্ত্ৰণ কৰক ৷ আকস্মিক দুৰ্ঘটনাৰ যোগ আছে ৷ অযথা খৰচ আৰু চিন্তাৰ পৰা বিৰত থাকক ৷ ধ্যান আৰু প্ৰাৰ্থনা কৰক ৷
কৰ্কট ৰাশি : গণেশৰ কৃপাত ধন লাভৰ দিশ আছে ৷ উপাৰ্জন বৃদ্ধি হ’ব, ব্যৱসায়ত উন্নতি ৷ মহিলা বন্ধুৱে আপোনাক সহায় কৰিব ৷ স্বামী আৰু সন্তানৰ পৰা আনন্দ পাব ৷ বিবাহৰ বাবে উত্তম দিন ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব ৷ প্ৰিয় খাদ্যৰ সোৱাদ লওক ৷
সিংহ ৰাশি :ব্যৱসায়ী আৰু চাকৰিয়ালৰ বাবে উত্তম দিন ৷ আপুন কামত সফলতা লাভ কৰিব ৷ আপোনাৰ পিতৃৰ পৰা সহায় লাভ কৰিব ৷ শৰীৰ সুস্থ ৷
কন্যা ৰাশি :আজিৰ দিনটো শুভ ৷ ভ্ৰমনৰ কথা ভাবক ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত ভ্ৰমনৰ যোগ আছে ৷ ভাল খবৰৰ আশা কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ ভাল হ’ব ৷ আৰ্থিক দিশত লাভজনক ৷ ধন জমা কৰক ৷