মেষ ৰাশি: দিনটো শুভ ৷ গণেশৰ কৃপাত দিনটো আনন্দময় হ’ব ৷ আপুনি সফল হ’ব ৷ ব্যবসায়ৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰক ৷ সৰু ভ্ৰমনৰ যোগ আছে ৷ সামাজিক কাম কৰাৰ উত্তম সময় ৷
বৃষ ৰাশি :গণেশৰ কৃপাত আপুনাৰ কাৰ্য কুশলতাৰ বাবে আপোনাৰ মান, যশ বৃদ্ধি হ’ব ৷ আপোনাৰ মাত আৰু ব্যৱহাৰে সকলোকে আকৃষ্ট কৰিব ৷ চাকৰি অথবা পৰীক্ষা আদিত আপুনি সফল হ’ব ৷ আপুনি বিচৰা মানুহৰ লগত মিত্ৰতা সুদৃহ হ’ব ৷ ধন গোটোৱাৰ শুভ সময় ৷
মিথুন ৰাশি : আপুনি সলনি নহ’ব ৷ হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত সম্বন্ধ অলপ মিশ্ৰ ধৰণৰ হ’ব ৷ ভ্ৰমন বাতিল কৰক ৷ অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ কোনো ৰ্নিদিষ্ট বিষয়ে মানসিকভাৱে অশান্তি কৰিব পাৰে ৷
কৰ্কট ৰাশি : সৌভাগ্যশালী দিন ৷ পূৰ্বে পৰিকল্পনা কৰা কাম আৰম্ভ কৰক ৷ পুৰনি বন্ধুক লগ পোৱাৰ সময় ৷ ভ্ৰমনৰ যোগ আছে ৷ আপোনাৰ সফলতাৰ বাবে ভগৱানক ধন্যবাদ প্ৰকাশ কৰক ৷ প্ৰচুৰ ধনৰ আগমন হ’ব ৷
সিংহ ৰাশি : মিশ্ৰিত ফলাফল হ’ব ৷ ধনৰ দিশৰ পৰা খৰচ সাময়িকভাৱে অলপ বাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু প্ৰিয়জনৰ সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ দাঁত, চকু বা কাণৰ বিষে আপোনাক অশান্তি কৰিব পাৰে ৷ শান্ত আৰু ভাল ব্যৱহাৰ কৰক ৷
কন্যা ৰাশি : মিশ্ৰিত দিন ৷ কামৰ উচিত ফল লাভ কৰিব ৷ ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ কষ্টৰ বাবে আপুনি পুৰস্কৃত হ’ব ৷ ব্যবসায় বৃদ্ধি হ’ব ৷ শৰীৰ ভালে থাকিব ৷ ভ্ৰমনৰ যোগ আছে ৷ বিবাহৰ যোগ আছে ৷ প্ৰেমত শুভ ৷
তুলা ৰাশি : আপোনাৰ দৈনন্দিন ৰুটিন সলনি কৰক ৷ স্বাস্থ্যৰ যত্ন লওক ৷ উদ্বিগ্নতা বৃদ্ধি হ’ব আৰু অসহিঞ্চু ব্যৱহাৰ নকৰিব ৷ অযথা যুক্তি তৰ্ক বা অযথা কথাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ আইনী সংক্ৰান্তীয় কাগজত চহী কৰোতে ভাবি লওক ৷ যোগভ্যাস, ধ্যান আৰু প্ৰাৰ্থনাই শৰীৰ আৰু মন সুস্থ কৰিব ৷
বৃশ্চিক ৰাশি : শুভ দিন ৷ আপুনি সফলতা লাভ কৰিব ৷ ব্যবসায়িক আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ পুৰনি বন্ধুক লগ পাব প্ৰিয়জনৰ লগত সময় পাৰ কৰিব ৷ বিবাহৰ প্ৰাৰ্থী বিচৰাসকলৰ উত্তম সময়, অতি সোনকালে বিবাহত বহিব পাৰে ৷ বিপৰীত লিংগৰ লগত আপোনাৰ সম্পৰ্কই আপোনাক লাভাম্বিত কৰিব ৷ উপহাৰ লাভ কৰিব ৷ সন্তানে সফলতা লাভ কৰিব ৷
ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ সুফল পাব । আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক, আপুনি যি কৰিব তাতেই সফল হ’ব । কৰ্মক্ষেত্ৰত আপোনাৰ উৰ্ধতনসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব । পৰিয়ালৰ বয়োজ্যেষ্ লোকৰ দ্বাৰা উপকৃত হ’ব। ব্যৱসায়ৰ কাৰণে ভ্ৰমণত যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাক ডাঙৰ দায়িত্ব দিয়া হ’ব । ভাবি চিন্তি ব্যয় কৰিব ৷
মকৰ ৰাশি : মিশ্ৰিত দিন । অত্যন্ত সৃজনশীল আৰু উদ্ভাৱনশীল হৈ থাকিব। প্ৰয়োজন অনুসৰি সৃজনশীলতাক কামত লগাওক ৷ ধনৰ অপচয় এৰাই চলক। মনোৰম কোনো ঠাইত ফুৰিবলৈ যাব পাৰে । বিবাদত লিপ্ত নহ’ব।
কুম্ভ ৰাশি : অনৈতিক কাৰ্যত লিপ্ত নহ’ব । খৰচ নিয়ন্ত্ৰণ কৰক ৷ আৰ্থিক সংকটত পৰিব । খং নিয়ন্ত্ৰণ কৰক ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে নাযাব ।
মীন ৰাশি :কৰ্মক্ষেত্ৰৰ দৈনন্দিন কামৰপৰা ছুটী লৈ অলপ বিশ্ৰম কৰক । আনন্দ-ফুৰ্তি কৰক ৷ স্বাস্থ্য কুশলে থাকিব । শাৰীৰিক আৰু মানসিকভাৱে কোনো সমস্যা নাই ।