এজন যুৱকৰ বাবেই ৰাজপথত যুদ্ধ দুগৰাকী যুৱতীৰ : ভাইৰেল ভিডিঅ’ - এজন যুৱকৰ বাবেই ৰাজপথত যুদ্ধ দুগৰাকী যুৱতীৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14948813-thumbnail-3x2-sdfeaf.jpg)
ৰাজপথত বাক-বিতণ্ডাত লিপ্ত হৈছে দুগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী(College student Fight in Road) ৷ বাক-বিতণ্ডাই ক্ৰমে ধাৰণ কৰিছে সংঘাতলৈ ৷ এগৰাকীয়ে আনগৰাকীৰ চুলিৰে ধৰি কৰিছে আক্ৰমণ ৷ সতীৰ্থসকলে আমোদ লৈছে এই দৃশ্যৰ ৷ ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক ভাইৰেল হৈছে এই ভিডিঅ’টো(Viral video) ৷ এই ঘটনা তামিলনাডুৰ ৷ এজন যুৱকৰে প্ৰেমৰ সম্পৰ্কৰ বাবে যুৱতী দুগৰাকী বিবাদত লিপ্ত হোৱা বুলি জানিব পৰা হৈছে(Two girls fight over a boy in Tamilnadu) ৷ সম্প্ৰতি মহাবিদ্যালয় প্ৰশাসনে ভিডিঅ'টো ভাইৰেল হোৱা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে(The video of college girls) ৷
Last Updated : Feb 3, 2023, 8:22 PM IST