ETV Bharat / state

ৰাশিফল অনুসৰি দিনটো কেনে যাব আপোনাৰ... - DAILY HOROSCOPE

নতুন কামৰ পৰিকল্পনা কৰিছে নেকি ? যদিহে কৰিছে তেন্তে জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ?

Daily Horoscope for 11th February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 5:02 AM IST

  1. মেষ ৰাশি : দিনটো প্ৰায় ভাল ৷ লক্ষ্যত সফল ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
  2. বৃষ ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব স্থাপন ৷ প্ৰেমত শুভ ৷ ভাগ্য প্ৰায় ভাল ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷
  3. মিথুন ৰাশি : বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ পচন্দৰ কাৰ্যই সহায় কৰিব ৷ পৰিশ্ৰমৰ উত্তম ফল লাভ ৷ প্ৰশংসা লাভ ৷
  4. কৰ্কট ৰাশি : মনটোক অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰাই ৰাখক ৷ এলেহুৱা ভাব ত্যাগ কৰক ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷
  5. সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধি, লাভ অৰ্জন ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷
  6. কন্যা ৰাশি : ভাগ্য ভাল ৷ সৰু যাত্ৰা হ’ব ৷ মন্দিৰলৈ যাব পাৰে ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷
  7. তুলা ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷ কাঠৰ বস্তুক নতুনত্ব দিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷
  8. বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ ঔষধ কিনাৰ নামত খৰচ বৃদ্ধি ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  9. ধনু ৰাশি : দিনটো শুভ ৷ লক্ষ্য প্ৰায় সফল ৷ আজি আপুনি বিভিন্ন ধৰণৰ পৰামর্শ পাব পাৰে, সেই পৰামর্শবোৰ ভাল হʼব ৷ কৰ্মজীৱন ভাল বন্ধু লাভ কৰিব ৷
  10. মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ ধৈৰ্যশীল হওক, লাভৱান হ’ব ৷ খং-ৰাগৰ প্ৰভাৱ কাৰ্মজীৱনত পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷
  11. কুম্ভ ৰাশি : দিনটো কঠিন হʼব ৷ খৰচ বৃদ্ধি ৷ শিক্ষার্থীয়ে অধ্যয়নত বেছি মনোযোগ দিব লাগিব ৷ শান্ত হৈ থাকক ৷
  12. মীন ৰাশি : পৰৰ বিচাৰ নকৰিব ৷ সৌভাগ্যৰ যোগ ৷ লক্ষ্যত প্ৰায় সফল ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ লক্ষ্যত সফল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.