পখিলা খেদা বয়সতে নিঠৰুৱা হ'ল ছিপাঝাৰৰ দুটি কণমানি - two child from sipajhar lost both their parentst
🎬 Watch Now: Feature Video
পখিলা খেদা বয়সতে নিঠৰুৱা হ'ল দুটি কণমানি(Two children from sipajhar lost their parents) । জানিব পৰা মতে, ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত জ্যোতিষ্মান আৰু প্ৰথম শ্ৰেণীত অধ্যয়ণৰত কণমানি কৰিস্মা ৷ বিগত চাৰিবছৰ পূৰ্বে জটিল ৰোগত আক্ৰান্ত হৈ পিতৃক হেৰুৱাইছিল জ্যোতিষ্মান আৰু কৰিস্মাই ৷ পিতৃ বিয়োগৰ পিছতে দিন হাজিৰা কৰি পৰিয়াল পোহপালৰ সমষ্ট দায়িত্বভাৰ গ্ৰহণ কৰি মাতৃয়ে ৷ কিন্তু দেওবাৰে আৱেলি উচ্চ ৰক্তচাপত ভুগি মাতৃৰ বিয়োগ হোৱাত অকলশৰীয়া হৈ পৰে এই দুই কণমানি ৷ সম্প্ৰতি এই দুই কণমানিয়ে বিচাৰিছে মামা হিমন্তৰ অকণমান সহায় ৷
Last Updated : Feb 3, 2023, 8:21 PM IST