Youth died of electric shock: বঙাইগাঁৱৰ ভাণ্ডাৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ - বৈদ্যুতিক লাইট চাৰ্জ দিয়াৰ সময়তে বিদ্যুৎপৃষ্ট হৈ মৃত্যু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15913089-thumbnail-3x2-mb.jpg)
দেওবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) অন্তৰ্গত ১নং ভাণ্ডাৰাত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Bongaigaon) ৷ নিজ ঘৰত বৈদ্যুতিক লাইট চাৰ্জ দিয়াৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ ৷ মৃত যুৱকজনৰ নাম মমিনুৰ ইছলাম(২০) বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনক বিজনী ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে (Youth died of electric shock in Bongaigaon) ৷ পৰৱৰ্তী সময়ত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ দল এটা উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ।