World Elephant Day, কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক - World Elephant Day celebration

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 12, 2022, 2:22 PM IST

Updated : Aug 13, 2022, 12:46 PM IST

আজি বিশ্ব হস্তী দিৱস (World Elephant Day)৷ হস্তী দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত পুৱা বন বিভাগৰ পোহনীয়া হাতী সমূহক নোঁৱাই-ধুৱাই হস্তী পূজা কৰে বনকৰ্মী সকলে (World Elephant Day celebration in Kaziranga) ৷ ইয়াৰ পাছতে হাতী সমূহক স্বাস্থ্য পৰীক্ষা কৰে পশু চিকিৎসকে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত বন বিভাগৰ হাতী মাউতসকলৰ লগতে কৰ্মৰত মাউত সকলক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখযোগ্য যে, ২০১২ চনত আজিৰ দিনটোত আৰম্ভ হোৱা বিশ্ব হস্তী দিৱসৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই দিৱস উদযাপন কৰি আহিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬৫ টা বিভাগীয় পোহনীয়া হাতীয়ে পৰ্যটনৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা দায়িত্ব পালন কৰি আহিছে ৷
Last Updated : Aug 13, 2022, 12:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.