বোকাখাতৰ বৰজুৰি বস্তিত লোমহৰ্ষক হত্যাকাণ্ড - Murder Case in Bokakhat
🎬 Watch Now: Feature Video
নৃশংস ৷ বোকাখাতৰ বৰজুৰি বস্তিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা (Murder Case in Bokakhat)। স্বামী দেবাৰু হাচদাই পত্নী পূৰ্ণিমা হাচদাক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ ।