thumbnail

By

Published : May 3, 2021, 9:40 AM IST

ETV Bharat / Videos

কমলপুৰত বিজয়ৰ হাঁহি মাৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

অৱশেষত কমলপুৰ সমষ্টিত জয় লাভ কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰ কুমাৰ ভট্টাচাৰ্যক 18501 টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হোৱা প্ৰাৰ্থী গৰাকীয়ে পিতৃ-মাতৃৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ কৰ্মী সকলক ধন্যবাদ জনায় ৷ উল্লেখ্য যে, দিগন্ত কলিতাই 81083 টা ভোট লাভ কৰাৰ বিপৰীতে কিশোৰ কুমাৰ ভট্টাচাৰ্য লাভ কৰে 62969 টা ভোট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.