গোলাঘাটত বন্যহস্তীৰ কৰুণ মৃত্যু - Body of a wild elephant found in field
🎬 Watch Now: Feature Video
গোলাঘাট জিলাৰ তিনি নং ৰংবং জেকচন গ্ৰান্টত এটা বন্যহস্তীৰ কৰুণ মৃত্যু (Wild elephant dies in Golaghat) । পথাৰৰ মাজত উদ্ধাৰ এটা বনৰীয়া হাতীটোৰ মৃতদেহ (Body of a wild elephant found in field) । পুৱা ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে । উল্লেখ্য যে, কিছুদিন ধৰি এটা হাতীৰ জাক উক্ত অঞ্চলটোত বিচৰণ কৰি আছিল । হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এই হাতীটোৰ মৃতদেহ শনিবাৰে পথাৰৰ মাজত উদ্ধাৰ হোৱাৰ সন্দেহ। অৱশ্যে কি কাৰণত হাতীটোৰ মৃত্যু হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দুটা হাতীৰ মাজত হোৱা এক যুদ্ধৰ ফলত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ হাতীটোৰ কৰুণ মৃত্যু হয়।