thumbnail

By

Published : Sep 26, 2022, 9:30 PM IST

ETV Bharat / Videos

চামগুৰিৰ ভেলৌগুৰীত নিশা বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰিৰ ভেলৌগুৰীত দেওবাৰে নিশা চাৰিজনীয়া বন্যহস্তীয়ে উপদ্ৰৱ চলায়(Wild Elephant menace in Nagaon) ৷ বন্যহস্তীৰ জাকটোৱে ভেলৌগুৰিৰ পদ্মকান্ত হাজৰিকাৰ ভঁড়াল ঘৰ আৰু বকুল বৰাৰ বাসগৃহ লণ্ডভণ্ড কৰিলে ৷ বন্যহস্তীৰ তাণ্ডৱ দেখি নিশা প্ৰাণলৈ কাষৰীয়াৰ ঘৰলৈ পলায়ন কৰিবলৈ বাধ্য হয় গৃহস্থ(Elephant attack in Nagaon) ৷ নিশা বন বিভাগৰ তহলৰ মাজতে ঘটিল এই ঘটনা । পুৱা ক্ষতিপূৰণৰ আবেদন পত্ৰ পূৰণৰ বাবে বন বিভাগৰ লোক উপস্থিত হয় ক্ষতিগ্ৰস্ত লোককেইজনৰ বাসগৃহত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.