thumbnail

By

Published : Mar 18, 2021, 10:58 PM IST

Updated : Mar 19, 2021, 4:08 PM IST

ETV Bharat / Videos

কোন অগপ প্ৰাৰ্থীক বিপদত পেলালে চাহ শ্ৰমিকৰ মজুৰিয়ে ?

27 মাৰ্চত অনুষ্ঠিত হ'ব লগা 2021 চনৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া সকলো ৰাজনৈতিক দল সংগঠনে ব্যাপক প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে । চাবুৱা খাৰজন চাহ বাগিচাৰ কাজীখোৱা চাহ ডিভিজনৰ অন্তৰ্গত চাহ শ্ৰমিক সকলে দৈনিক মজুৰিক লৈ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে । দল সংগঠনৰ অভিযোগ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই চাহ শ্ৰমিকৰ দৈনিক মজুৰিক লৈ মিছা প্ৰচাৰ চলাইছে । প্ৰকৃততে তৃণমূল পৰ্যায়ৰ চাহ শ্ৰমিক সকলে 167 টকাকৈ দৈনিক মাজুৰি পাইছে ।
Last Updated : Mar 19, 2021, 4:08 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.