বিশ্ব খনিকৰৰ পূজাৰ বাবে ব্যস্ত মৃৎশিল্পী তথা ব্যৱসায়ী

By

Published : Sep 16, 2022, 7:11 AM IST

thumbnail
বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী (Vishwakarma Puja 2022) । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো দেখা গৈছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল (Vishwakarma Puja preparation at Jonai) । য’ত মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিশ্বকৰ্মা প্ৰতিমাসমূহ । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা প্ৰায় দুটা বছৰে মৃৎশিল্পী তথা ব্যৱসায়সকলৰ অৱস্থা তেনেই তথৈবছ হৈ পৰিছিল ৷ কিন্তু বৰ্তমান পৰিস্থিতি কিছু উন্নত হোৱাত এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে ব্যৱসায়ী তথা মৃৎশিল্পীসকলৰ মাজত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.