HSLC Exam Results 2022: অষ্টম স্থানত উজলিল নগাঁও খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ উদেষ্ণা বৰদলৈ - অষ্টম স্থানত উজলিল নগাঁও খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ উদেষ্ণা বৰদলৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2022, 11:26 AM IST

Updated : Jun 7, 2022, 12:17 PM IST

নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাইস্কুলত উৎসৱ মুখৰ পৰিৱেশ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও খ্ৰীষ্ট জ্যোতি হাইস্কুলৰ পৰা ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে উদেষ্ণা বৰদলৈয়ে (Udesana Bardaloi secure eight rank in HSLC Exam) ৷ যাক লৈ এতিয়া আনন্দৰ বন্যা হৈছে নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাইস্কুলত (HSLC Exam Results 2022)৷ আনহাতে, ভৱিষ্যতে এগৰাকী দক্ষ আই এছ বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে নগাঁৱৰ উদেষ্ণা বৰদলৈয়ে ৷
Last Updated : Jun 7, 2022, 12:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.