Viral video : বনৰীয়া গাহৰিৰ অতৰ্কিত আক্ৰমণত আহত এজন - বনৰীয়া গাহৰিয়ে আক্ৰমণত আহত দুজন
🎬 Watch Now: Feature Video

কলিয়াবৰৰ 1 নং বৰঘূলীত বনৰীয়া গাহৰিৰ ত্ৰাস ৷ নিজ ঘৰতে কাম কৰি থকা অৱস্থাতে এটা বনৰীয়া গাহৰিৰ আক্ৰমণ কৰে দুজনকৈ লোকক ৷ যাৰ ফলত আহত হয় তাইজুল হক আৰু ছাহজাহান আলি নামৰ দুই ব্যক্তি (Two injured in wild hog attacked in Kaliabor) ৷ সম্প্ৰতি চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷