thumbnail

তিনিচুকীয়াত দৰা-কইনাৰ ৰূপত বৰগছ আৰু আহঁতগছ

By

Published : May 8, 2019, 2:49 AM IST

এখন অগতানুগতিক বিবাহ ৷ তিনিচুকীয়াৰ ফিল'বাৰীৰ পুণ্যজান গাঁৱত অনুষ্ঠিত হ’ল গছৰ মাজত বিবাহ ৷ সম্পূৰ্ণ বৈদিক পৰম্পৰা আৰু পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজেৰে বৰগছ আৰু আহঁতগছৰ মাজত সম্পন্ন কৰা হয় বিবাহ অনুষ্ঠান ৷ সেয়েহে এই বিবাহক লৈ ফিল'বাৰীৰ পুণ্যজান গাঁৱত উখল-মাখল পৰিবেশ ৷ বৃক্ষৰ মাজত সম্পন্ন হোৱা এই বিবাহে গাঁওখনৰ পৰা অপায়-অমংগল দূৰ কৰিব বুলি বিশ্বাস গাঁওবাসীৰ ৷ বৈবাহিক ৰীতি-নীতিৰ উপৰিও বিবাহ উপলক্ষে ভোজ-ভাতৰো আয়োজন কৰিছে গাঁওখনৰ ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.