শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 1414 টা Covid-19ৰ পৰীক্ষা সম্পন্ন
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে 24 ঘন্টাৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 13 গৰাকী লোকৰ Covid-19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ বৰ্তমানলৈ চিকিৎসালয়খনত 1414 গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে ৷ বৰ্তমান নতুনকৈ কোনো লোক Covid-19 ত আক্ৰান্ত হোৱা নাই যদিও সকলো সময়তে চিকিৎসালয়খন সষ্টম হৈ থকা বুলি চিকিৎসালয়খনৰ উপাধ্যক্ষ ভাস্কৰ গুপ্তই জানিবলৈ দিয়ে ৷