ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope for 25th November 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 25, 2024, 1:33 AM IST

মেষ ৰাশি: আপোনাৰ পদক্ষেপৰ প্ৰতি লক্ষ্য দিয়ক । অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

বৃষ ৰাশি: শুভ দিন ৷ আ-অলংকাৰ ক্ৰয় কৰিব পাৰে ৷ প্ৰিয় আহাৰ গ্ৰহণ কৰিব । আত্মীয় স্বজনৰ সৈতে সময় কটাওক ৷ সতেজ অনুভৱ কৰিব পাৰে । আপোনাৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখক ৷ সাধাৰণ স্বাস্থ্য সমস্যাকো অৱহেলা নকৰিব ।

মিথুন ৰাশি: আজি আপুনি আনন্দময় আৰু প্ৰফুল্লিত হৈ থাকিব । আপুনি উত্‍সাহিত হ'ব ৷ আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিব । কৰ্মস্থলীত আপোনাৰ অবদানৰ বাবে আপুনি মান্যতা প্ৰাপ্তি কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা । বন্ধুবৰ্গৰ সৈতে সন্ধিয়া সময় কটাওক।

কৰ্কট ৰাশি: আপোনাৰ বাবে এটা সুন্দৰ দিনে অপেক্ষা কৰিছে । আৰ্থিক দিশত গুৰুত্ব দিব । একাগ্ৰতা, দৃঢ়তা আৰু আত্ম-বিশ্বাসে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব । অসম্পূৰ্ণ কামসমূহৰ শীঘ্ৰেই অন্ত পৰিব ৷ পেচাদাৰীসকলৰ ওপৰিও শিক্ষাৰ্থীসকলো লাভাম্বিত হ'ব । পৰিয়ালৰ সৈতে অতীতৰ সুন্দৰ দিন ৰোমন্থন কৰিব ।

সিংহ ৰাশি: আজি আপুনি আজি শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে । মাতৃৰ স্বাস্থ্যৰ চিন্তা আৰু ব্যয় সম্পৰ্কে উদ্বিগ্ন হৈ থাকিব পাৰে । তথাপিও, সন্ধিয়া আপুনি আৰ্থিক ব্যৱস্থা কৰিব পাৰিব । শিক্ষাৰ্থীসকলৰ শিক্ষাত মনোনিৱেশ কৰিব ৷

কন্যা ৰাশি: ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব । মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । ধ্যান কৰক ৷ সতেজ অনুভৱ কৰিব আৰু মন প্ৰফুল্লিত হ'ব ।

তুলা ৰাশি: পুৱা এলেহুৱা অনুভৱ কৰিব পাৰে । স্বাস্থ্যৰ যত্ন লওক । পৰিয়ালৰ ধৰ্মীয় কাৰ্য, ৰীতি-নীতিৰ বাবে ধন ব্যয় কৰিব পাৰে । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা ৷ বন্ধুৰ সৈতে ৰোমাঞ্চকৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

বৃশ্চিক ৰাশি: ইতিবাচক শক্তিয়ে আপোনাক বেৰি ৰাখিব । শাৰীৰিক আৰু মানসিক স্থিতি ভালে থাকিব । বন্ধুবৰ্গক লগ কৰক । দিনটোৰ পিছৰ ভাগ অলপ কঠিন হব পাৰে ৷ শিক্ষাৰ্থীৰ বাবে অধ্যয়নত বাধাৰ সম্ভাৱনা ।

ধনু ৰাশি: শুভ দিন । স্বাস্থ্যৰ যত্ন লওক । ঘৰতো কোনো বিবাদ বা কাজিয়াৰ সূত্ৰপাত ঘটিব পাৰে । পৰিয়ালৰ সৈতে সময় কটাওক । পুৰণি বন্ধুক লগ পাব পাৰে ৷

মকৰ ৰাশি: দিনটো ফলপ্ৰসূ হ'ব । আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব । স্বাস্থ্যৰ বাবে সাধাৰণ দিন হ'ব । আইনী কামকাজত সতৰ্ক থাকক । দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ যান-বাহন চলাওতে সাৱধান হওক ৷

কুম্ভ ৰাশি: প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা ৷ কৰ্মস্থলীত আপুনি সুন্দৰ প্ৰদৰ্শন কৰিব । পদোন্নতি যোগ । তাৰোপৰি, কৰ্মস্থলীত সাম্ভাব্যৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ ব্যস্ততাৰ পৰা আঁতৰি ফুৰিবলৈ যাওক ৷

মীন ৰাশি: পুৱাৰ সময়খিনি পেচাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ'বও পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দীৰ সৈতে তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণৰ যোগ । আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.