গহপুৰত গ্ৰেপ্তাৰ 3 মানৱ সৰবৰাহকাৰী - ধৃত অপৰাধী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12393458-thumbnail-3x2-img.jpg)
গহপুৰৰ টেটোনবাৰীত ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা তহলদাৰী দলে দুগৰাকী নাবালিকাক উদ্ধাৰ কৰাৰ লগতে তিনি মানৱ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। অৰুণাচলত বিক্ৰীৰ উদ্দেশ্যৰে নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ ধৃত অপৰাধী দিলৱাৰ নামৰ এজন যুৱকৰ লগতে পিলি নাৰ্জাৰী আৰু মিৰিয়ণী নামৰ দুগৰাকী মানৱ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বিশ্বনাথ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।