thumbnail

গাঞ্জাসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

By

Published : Aug 28, 2022, 8:55 AM IST

কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী (Three arrested with Cannabis in Karimganj) । ৩৩ কিলোগ্ৰাম গাঞ্জাৰ সৈতে মহিলাসহ আটক কৰা হয় সৰবৰাহকাৰীকেইটাক (Cannabis seized in Karimganj) । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষীয়ে নিলামবজাৰ ৰেল ষ্টেচনৰ সম্মুখত চলাইছিল অভিযান । আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে অনিমা দেৱী, বিপিন কুমাৰ আৰু ৰমেন কুমাৰ । জানিবপৰা মতে, ত্ৰিপুৰাৰ পৰা ট্ৰেইনৰ জৰয়তে নিলামবজাৰলৈ আহিছিল ধৃত সৰবৰাহকাৰীকেইটা আৰু অৱশেষত আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক হয় বহিঃৰাজ্যৰ তিনি সৰবৰাহকাৰী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.