কোকৰাঝাৰৰ চিআইটিত নেট পৰীক্ষাৰ বিসংগতিক লৈ উত্তেজনা - Tense situation in Kokrajhar CIT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16457053-thumbnail-3x2-kkd.jpg)
কোকৰাঝাৰৰ চিআইটিত দিনৰ ভাগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Kokrajhar)৷ নেট পৰীক্ষা দিয়াৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ প্ৰকাশ ৷ নেছনেল টেষ্টিং এজেন্সিয়ে চিআইটিত আয়োজন কৰিছিল নেট পৰীক্ষা (NET candidate deprive of sitting in exam) ৷ ইংৰাজী,বড়ো, অসমীয়া আৰু বাংলা ভাষাৰ বাবে আয়োজন কৰা হৈছিল পৰীক্ষা ৷ আসনৰ অভাৱৰ দোহাই দি পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰাৰ অভিযোগ ৷ পৰীক্ষা বাতিল কৰি নতুনকৈ পৰীক্ষা পতাৰ দাবী তুলিলে বঞ্চিত পৰীক্ষাৰ্থীয়ে ৷