নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু - বিদ্যুৎপৃষ্ট হৈ নিহত এজন কিশোৰ
🎬 Watch Now: Feature Video
নলবাৰী চহৰৰ NT ROAD ত বিদ্যুৎপৃষ্ট হৈ নিহত এজন কিশোৰ (teen died in electrocution) । এটি এপাৰ্টমেণ্টৰ পাছফালে গৃহস্থই বিদ্যুৎ সংযোগ কৰি থোৱাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা সন্দেহএকাংশৰ (teen died in Nalbari) ৷ এপাৰ্টমেণ্টটোত ১৫ বছৰীয়া কিশোৰজন পাছফালৰ পৰা প্ৰৱেশ কৰাত সংঘটিত হয় এই ঘটনাটো ৷ কিশোৰজনৰ নাম অমিত দাস বুলি জানিব পৰা গৈছে ৷ পেলনীয়া বটল বিচাৰি যুৱকজন সোমাইছিল এপাৰ্টমেণ্টটোত ৷