1952-2019: সুষমা স্বৰাজৰ জীৱন পৰিক্ৰমা ! - লাল কৃষ্ণ আদৱানি
🎬 Watch Now: Feature Video

বুধবাৰে বিয়লি পঞ্চভূতত বিলীন হ'ল দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ ৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা ৷