বিধ্বংসী ধুমুহাত বিদ্ধস্ত জোনাই

By

Published : Sep 12, 2022, 11:32 AM IST

thumbnail

জোনাই মহকুমাত মাজনিশা অহা প্ৰচণ্ড ধুমুহা-বতাহে বিভিন্ন অঞ্চলত চলালে তাণ্ডৱ ৷ দেওবাৰে মাজনিশা প্ৰচণ্ড জোৰেৰে বলা বিধ্বংসী ধুমুহাৰ ফলত ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তত উভালি পৰিল বিদ্যুতৰ খুঁটা(Many trees falling on road) ৷ ধুমুহাৰ প্ৰকোপত বিদ্যুৎ পৰিবাহী তাঁৰত গছ বাগৰি পৰাৰ ফলত সমগ্ৰ জোনাই অঞ্চলত দেওবাৰৰ পৰাই বিদ্যুৎ সেৱা বন্ধ হৈ পৰে(Electricity connection disrupted) ৷ ইফালে পুৱাৰে পৰা বিদ্যুৎ বিভাগে মেৰামতি কাম চলাই আছে বিভিন্ন অঞ্চলত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.