ETV Bharat / bharat

সিংহ ৰাশিৰ বৈবাহিক জীৱন হ’ব সুখৰ...মেষ ৰাশিৰ লিখা-মেলা কামত মনোনিৱেশ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 6th July

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 12:01 AM IST

Daily Horoscope: চন্দ্ৰমাই মিথুন ৰাশিত প্ৰৱেশ কৰাৰ ফলত বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব বিভিন্ন পৰিবৰ্তন ৷ সকলো ৰাশিতে পৰিব বিশেষ প্ৰভাৱ, ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 6th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: কোনো কথাত খেলি-মেলিত পৰিব পাৰে ৷ আজি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ বাবে প্ৰতিযোগিতাৰ দিন হ'বলৈ গৈ আছে ৷ প্ৰতিযোগিতাত জয়ী হোৱাৰ চেষ্টাত আপুনি ব্যস্ত থাকিব ৷ ইয়াৰ পিচতো আপুনি নতুন কাম আৰম্ভ কৰাৰ প্ৰেৰণা লাভ কৰিব আৰু নতুন কামো আৰম্ভ কৰিব পাৰিব ৷ লিখা-মেলা কামৰ বাবে দিনটো ভাল ৷ পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃষ ৰাশি: আজি আপুনি মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত ৷ মেজাজ দুৰ্বল হৈ পৰিব পাৰে ৷ আজি সম্ভৱ হ'লে ভ্ৰমণ পৰিহাৰ কৰক ৷ শিল্পী আৰু পৰামৰ্শদাতাৰ বাবে দিনটো অতি অনুকূল ৷ আজি দুপৰীয়াৰ পিচত একেবাৰে নতুন কাম আৰম্ভ নকৰিব ৷ ঘৰুৱা জীৱনত পত্নীৰ লগত কিছু মতানৈক্য হ’ব পাৰে ৷

মিথুন ৰাশি: দিনটো শুভ ৷ সোৱাদযুক্ত আৰু ভাল খাদ্য পাব ৷ আজি আপুনি নিজৰ বাবে নতুন কাপোৰ আৰু গহনা কিনা বা পিন্ধাত ব্যস্ত হৈ পৰিব ৷ স্বাস্থ্যও ভালে থাকিব ৷ সাৱধান হওক যাতে টকাৰ অপ্ৰয়োজনীয় ব্যয় নহয় ৷ উপহাৰ লাভ কৰিলে আপুনি সুখী হ’ব ৷ নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব ৷ কামত সফল হোৱাটো কঠিন হৈ পৰিব ৷ পৰিয়ালৰ সৈতে উৎসাহেৰে সময় কটাব ৷ বন্ধু-বান্ধৱীৰ লগত দীঘলীয়া কথা-বতৰা হ’ব ৷

কৰ্কট ৰাশি: আজি আপুনি অধিক খৰচ কৰিব পাৰে ৷ পাৰিবাৰিক পৰিবেশটোও বৰ ভাল নহ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য থাকিব পাৰে ৷ মনটো বিভ্ৰান্ত হৈ থাকিব ৷ নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কাৰোবাৰ লগত কাজিয়া বা বিবাদত লিপ্ত হ’লে পৰিস্থিতি আৰু বেয়াৰ পিনে ঢাল খাব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহব ৷

সিংহ ৰাশি: আজি আপুনি বিভিন্ন সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ কৰ্মত নিয়োজিত লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিব পৰা অৱস্থাত থাকিব ৷ ব্যৱসায়ত অগ্ৰগতি আৰু আয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বৈবাহিক জীৱনত আপোনাৰ পত্নীৰ সৈতে অধিক ঘনিষ্ঠতা অনুভৱ কৰিব ৷ পাৰিবাৰিক জীৱনৰ চিন্তা দূৰ হ’ব ৷ স্বাস্থ্য ভাল হ’ব ৷

কন্যা ৰাশি: নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা ৰূপায়ণ কৰিব ৷ ব্যৱসায়ত লাভ হ’ব ৷ বাকী থকা ধন আদায় কৰিব পাৰিব ৷ নিয়োজিত লোকে পদোন্নতিৰ সুবিধা লাভ কৰিব পাৰে ৷ পৰিয়ালত আনন্দ আৰু উৎসাহৰ পৰিবেশ সৃষ্টি হ’ব ৷ ঘৰুৱা জীৱনত সম্প্ৰীতি থাকিব ৷ চৰকাৰী কাম সম্পূৰ্ণ হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলেও সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধান মনোভাৱ নাৰাখিব ৷

তুলা ৰাশি: আজি আপুনি বৌদ্ধিক আৰু লেখাৰ কামত সক্ৰিয় হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল ৷ দীঘলীয়া ভ্ৰমণৰ বাবে বা কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ নতুন চাকৰি লাভ কৰিব পাৰে ৷ বহিঃৰাজ্যত বাস কৰা বন্ধু বা আপোনজনৰ পৰা খবৰ পাব ৷ অৱশ্যে ব্যৱসায় বা চাকৰিত সহকৰ্মীসকলৰ পৰা সহযোগিতা কমকৈ পাব ৷ স্বাস্থ্যৰ বিষয়ত সাৱধান হওক ৷ বিৰোধীৰ লগত কোনো ধৰণৰ আলোচনাত সোমাব নালাগে ৷ আপোনাৰ পত্নীৰ কথাকো গুৰুত্ব দিয়ক ৷

বৃশ্চিক ৰাশি: আজি কোনো খৰখেদা নকৰাকৈ সাৱধানে কটাওক ৷ নতুন কাম আৰম্ভ নকৰিব ৷ আৱেগিকতা আৰু অনৈতিক আচৰণে আপোনাক বিপদত পেলাব পাৰে ৷ সময়মতে খাদ্য নাপাব ৷ যিকোনো ধৰণৰ আইনী বিষয়ৰ পৰা আঁতৰি থাকক আৰু নতুন সম্পৰ্ক গঢ়ি তোলাৰ পৰা বিৰত থাকক ৷ লাহে লাহে বাহন চলাওক ইয়াৰ দ্বাৰা দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব ৷ ধ্যান কৰিলে আপুনি মানসিক চাপৰ পৰা উপশম পাব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা মধ্যমীয়া ফলপ্ৰসূ দিন ৷

ধনু ৰাশি: আজি এটা সুখৰ দিন হ'ব ৷ আপুনি মনোৰঞ্জনৰ ওপৰত অধিক মনোনিৱেশ কৰক ৷ নতুন বন্ধুক লগ পাই সুখী হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু বাহিৰলৈ ওলাই যোৱাৰ সময়ত সাৱধান হোৱা উচিত ৷ অংশীদাৰিত্বৰ পৰা লাভৱান হ’ব ৷ পাৰিবাৰিক জীৱনত চলি থকা পুৰণি বিবাদবোৰ সমাধান কৰিব পাৰিব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় মধ্যমীয়া, গতিকে আপুনি অত্যন্ত সাৱধান হ’ব লাগিব ৷

মকৰ ৰাশি: আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ খ্যাতি লাভ ৷ সুখ লাভ কৰিব ৷ পৰিয়ালৰ সৈতে সময় সুখেৰে কটাব ৷ ব্যৱসায়িক বিকাশৰ পৰিকল্পনাৰ বাবে দিনটো ভাল ৷ আৰ্থিক লাভ হ’ব পাৰে ৷ নিয়োজিত লোকসকলে সহকৰ্মীৰ পৰা সহায় লাভ কৰিব ৷ আজি বিপক্ষক পৰাস্ত কৰিব পাৰিব ৷ আইনী বিষয় সন্দৰ্ভত আজি কোনো কাম কৰাৰ পৰা বিৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷

কুম্ভ ৰাশি: আপোনাৰ বাক্য আৰু চিন্তাৰ দ্ৰুত পৰিৱৰ্তন হ’ব ৷ এই সময়ছোৱাত আপোনাৰ বাবে একাগ্ৰতা আৰু একে ঠাইতে কাম কৰাটো কঠিন হ’ব ৷ বৌদ্ধিক আলোচনাৰ লগত আপুনি সংযুক্ত হৈ থাকিব ৷ লেখা আৰু সৃষ্টিশীল কামৰ দ্বাৰা আপুনি উপকৃত হ’ব ৷ লগতে অভাৱনীয় খৰচৰ সম্ভাৱনাও আছে ৷ আপুনি পাচনতন্ত্ৰৰ কোনো ৰোগত ভুগিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ লগত কথা পাতি থাকোঁতে সাৱধান হ’ব লাগিব ৷ প্ৰেম জীৱনত আপোনাৰ প্ৰিয়জনৰ কথাকো গুৰুত্ব দিব লাগিব ৷

মীন ৰাশি: আজি আপোনাৰ উৎসাহ আৰু সতেজতাৰ অভাৱ হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদত লিপ্ত নহ’ব ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব পাৰে ৷ অপ্ৰয়োজনীয়ভাৱে টকা খৰচ হ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা মধ্যমীয়া ফলপ্ৰসূ দিন ৷ উদ্বেগ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ হ’লে ধ্যান আৰু যোগাসনৰ সহায় লওক ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ ব্যৱসায়ত উন্নতি...শিক্ষাৰ্থীসকলে লাভ কৰিব পৰিশ্ৰমৰ ফল...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.