Rangia child kidnaping case : ৰঙিয়াৰ ৰিম্পীক অপহৰণৰ পাচত ফোনযোগে ধন বিচাৰিছিল মামণিয়ে - অপহৰণকাৰী মামণি বেগম

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2022, 10:28 PM IST

ৰঙিয়াৰ অপহৰণ কাণ্ডৰ ন ন তথ্য উদঘাটন ৷ ৰঙিয়া আৰক্ষীয়ে অপহৃত হোৱা 9 বছৰীয়া ৰিম্পী দাসক উদ্ধাৰ কৰাৰ পাচতে ভাইৰেল হৈছে এটা বিশেষ ফোন কলৰ ৰেকৰ্ডিং (Sensational phone recording viral of Rangia child kidnaping case) ৷ যি ফোন কলৰ জৰিয়তে বুধবাৰে নিশা অপহৰণকাৰী মামণি বেগম ওৰফে মামণি দাসে ৰিম্পীৰ মুক্তিপণ বিচাৰি শিশুটিৰ নলবাৰীৰ মুগকুছিৰ মামীয়েকৰ সৈতে যোগাযোগ কৰিছিল । তাৰ পিছত ৰঙিয়া আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত পুৱতি নিশাৰ পৰাই বৰপেটা জিলাৰ হাউলিত অভিযান চলাইছিল ৷ অৱশেষত অভিযুক্ত মহিলাগৰাকীৰ ফোনৰ GPS লোকেচনৰ ট্ৰেক কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় উপহৃত কন্যাগৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.