ফলাফলক লৈ 100 শতাংশ নিশ্চিত তপন কুমাৰ গগৈ - election result
🎬 Watch Now: Feature Video

ভোট গণনা কেন্দ্ৰত উপস্থিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ৷ উপস্থিত হয় শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত ৷ ফলাফলক লৈ 100 শতাংশ নিশ্চিত বিজেপি প্ৰাৰ্থী গৰাকী ৷ নিজ বিধানসভা সমষ্টি সোণাৰীত বৃহৎ অগ্ৰগতি লাভৰ দাবী প্ৰাৰ্থীগৰাকীৰ ৷