জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত জুলুকীৰ বিহুতলী - Rangali Bihu celebrations in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 17, 2022, 8:53 PM IST

ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ ৰাজ্য (Rangali Bihu celebrations in Assam) । কি উজনি কি নামনি সকলতে এতিয়া ৰঙালী বিহুৰ ৰাগী । ব্যতিক্ৰম নহয় বাক্সাৰ বৰমাৰ জুলুকীবাসী ৰাইজ ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমিলৈ পৰিনত জুলুকীৰ বিহুতলীৰ বাকৰি । ৫২ সংখ্যক নিজ জুলুকীৰ ৰঙালী বিহুৰ প্ৰথম কাৰ্যসূচী স্বৰূপে বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰে বিশাল শোভাযাত্ৰা উলিওৱা হয় (Cultural Procession in Baksa) ৷ নয়নতৰা বিহুৱা দলৰ ঢোল, পেপা, গগনাৰ শব্দ, বড়ো জনগোষ্ঠীৰ খেৰাইৰ লগতে ৰাভা জনগোষ্ঠীৰ বিহু নৃত্য আৰু শৰনীয়া জনগোষ্ঠীৰ বাহ গোসাঁইৰ নৃত্য, মদাহী জনগোষ্ঠীৰ বিহু নৃত্যৰে মুখৰিত হৈ পৰিছে জুলুকীৰ বিহুতলীৰ বাকৰি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.