ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চোৰৰ নৈশ অভিযান

By

Published : Jul 11, 2022, 10:32 PM IST

thumbnail

এইবাৰ চোৰৰ টাৰ্গেট চক্ৰ বিষয়াৰ কাৰ্যালয় (Theft in Nalbari)৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত চোৰৰ নৈশ অভিযান ৷ মুকালমুৱাস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত লুটপাত চলালে চোৰে ৷ নিশা চোৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তলা ভাঙি লৈ গ'ল পানী মটৰ, চিলিণ্ডাৰসহ বিভিন্ন সা-সামগ্ৰী ৷ মুকালমুৱা আৰক্ষীৰ অস্তিত্বক নস্যাৎ কৰি চোৰৰ এই অভিযান ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থিত মুকালমুৱা আৰক্ষী থানা ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰি হোৱা ঘটনাক লৈ বৃহত্তৰ মুকালমুৱাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.