Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ? - Batadrava incident latest update
🎬 Watch Now: Feature Video

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে জ্বলিল বটদ্ৰৱা থানা(Mob burns down Batadrava Police Station in Assam) ৷ হাঁহ আৰু 10,000 টকা নিদিয়াৰ বাবেই আৰক্ষীৰ প্ৰহাৰত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ উত্তেজিত লোকে সংঘটিত কৰিলে লংকা কাণ্ড(Tense Situation at Batadrava) ৷ দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে স্থানীয় বিধায়িকা শিৱামণি বৰা আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিং ৷ ঘটনাৰ বুজ লোৱাৰ পিছত বিধায়িকাগৰাকীয়ে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ(Reaction of MLA Sibamoni Bora on Tense Situation at Batadrava) কৰিলে, চাওক আমাৰ এই প্ৰতিবেদনত ৷