গোলাঘাটত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ - Northern slow loris

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 3, 2022, 9:19 PM IST

গোলাঘাটৰ ফলঙণিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ (Slow loris rescued in Golaghat)। এজোপা ওখ গছত অৱস্থান কৰা লাজুকী বান্দৰটোক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে (Northern slow loris)৷ ইয়াৰ পিছতে স্থানীয় ৰাইজ আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ প্ৰায় আধা ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত বান্দৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.