thumbnail

By

Published : Apr 8, 2020, 7:14 PM IST

ETV Bharat / Videos

আমিনুল ইছলামক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিয়দৰ

ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিয়দৰ ৷ কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বক শংকিত কৰি ৰখাৰ সময়তে বিধায়ক আমিনুল ইছলামে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে অসম আৰক্ষীয়ে বিধায়ক জনক গ্ৰেপ্তাৰ কৰা কাৰ্যক আদৰণি জনাই সদৌ অসম গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিয়দে ৷ আমিনুল ইছলামে তবলিগী মানসিকতাৰে সমাজ খনত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব বিচৰা বুলি উল্লেখ কৰি তেনে মানসিকতাৰ লোকক এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে পৰিষদৰ মুখ্য উপদেষ্টা চহীৰ ভূঞাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.