61st Bodo Sahitya Sabha : উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ - 61st Bodo Sahitya Sabha session
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15184419-thumbnail-3x2-fvyh.jpg)
৪ মে’ত তামুলপুৰৰ ৬১ সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনত (61st Bodo Sahitya Sabha session)অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President's Assam Visit)৷ সেয়ে ৰাষ্ট্ৰপতিক আদৰিবৰ বাবে মঙলবাৰে তামুলপুৰত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হয় (President Ram Nath Kovind in Assam)৷ লগতে তৎপৰ হৈ উঠিছে অভ্যৰ্থনা সমিতি, ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন ৷