বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত এতিয়া ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পী

By

Published : Sep 13, 2022, 6:24 PM IST

thumbnail
সমাগত বিশ্ব খনিকৰৰ পূজা বিশ্বকৰ্মা পূজা । পূজালৈ মাজত মাথোন কেইদিনমান বাকী(A few days to Vishwakarma Puja) । সমাগত এই বিশ্বকৰ্মা পূজা উপলক্ষ্যে এতিয়া ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল(Potters busy on the occasion of Vishwakarma Puja) । দিনে নিশাই মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পীসকল । ৰাজ্যৰ অন্যন্য প্ৰান্তৰ সমান্তৰালভাৱে ৰহাতো বিশ্বকৰ্মা মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৰ গৌৰী শিল্পালয়ৰ মৃৎ শিল্পী যাদব পাল । প্ৰায় ৪০টা মূৰ্তি তৈয়াৰেৰে সাজু হৈছে যাদব পাল । কিন্তু শেহতীয়াকৈ হৈ যোৱা বানে মৃৎ শিল্পীসকলৰ ব্যৱসায়তো প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰিছে মৃৎশিল্পী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.