আমগুৰিত ক’ভিড নীতি-নিয়মক লৈ সষ্টম আৰক্ষী

By

Published : May 13, 2021, 2:24 PM IST

thumbnail
সৰ্বসাধাৰণে যাতে ক’ভিড নীতি-নিয়ম মানি চলে তাকে লৈ শিৱসাগৰৰ আমগুৰিত সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন ৷ আমগুৰি নগৰৰ চাৰিআলিত বুধবাৰে নিশা এনেদৰে দেখা গ’ল আমগুৰি আৰক্ষীক ৷ প্ৰতিখন বাহনত আৰক্ষীয়ে ৰাখিছে তীক্ষ্ণ দৃষ্টি ৷ মহামাৰী কৰ’ণাই যাতে ভয়ংকৰ ৰূপ নলয় আৰু অসম চৰকাৰে বান্ধি দিয়া নিয়মসমূহ সৰ্বসাধাৰণে মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিছে প্ৰশাসনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.