লালকিল্লাত নৱমবাৰলৈ ত্ৰিৰংগ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোডীৰ - 76th Independence Day
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16105218-thumbnail-3x2-azadi.jpg)
দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস(76 independence day of india) উপলক্ষে সোমবাৰে পুৱা লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi Flag Hoisting In Red Fort) ৷ লালকিল্লাত পতাকা উত্তোলন কৰাৰ পাছত পেৰেড গ্ৰাউণ্ডৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi Independence Day speech) । প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে নৱমবাৰলৈ লালকিল্লাত পতাকা উত্তোলন কৰে (Independence Day 2022) ৷