প্ৰতিকূল বতৰকো নেওচি ডিমা হাছাওত ৰাইজৰ ভোটদান - assam election news
🎬 Watch Now: Feature Video

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যৰে 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰসমূহত ভোটাৰে পুৱাৰ পৰা ভিৰ কৰিছে । প্ৰতিকূল বতৰকো নেওচি কৰি ভোটদান কৰিবলৈ আহিছে ভোটদাতা ৰাইজ। চাওক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...