শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ'ব এক দুঃসাহসিক ক্ৰীড়া - উত্তৰ গুৱাহাটী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12560677-thumbnail-3x2-p1.jpg)
পেৰা গ্লাইডিং: শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ'ব এক দুঃসাহসিক ক্ৰীড়া
এই দুঃসাহসিক ক্ৰীড়াৰ জৰিয়তে পৰ্যটকক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছে উত্তৰ গুৱাহাটীৰ বাকাবাসী
পেৰা গ্লাইডিঙৰ জৰিয়তে আকাশত উৰি থাকি পৰ্যটকে উপভোগ কৰিব পাৰিব উত্তৰ গুৱাহাটীৰ নৈসৰ্গিক দৃশ্য
Last Updated : Jul 24, 2021, 6:18 PM IST