Operation sarkhar: যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ আৰক্ষী - operation sarkhar at Kaliabor
🎬 Watch Now: Feature Video
ৰাজ্যত এতিয়া চলিছে 'অপাৰেচন চাৰখাৰ'। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো আৰক্ষীয়ে চলাইছে অভিযান (Operation Sarkhar at Kaliabor) ৷ জখলাবন্ধা আৰক্ষীয়ে যান-বাহন আইন উলঙ্ঘাকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক সষ্টম হৈ বিহিছে জৰিমনা । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই জখলাবন্ধা আৰক্ষীয়ে সাতত্ৰিশ নম্বৰ ঘাইপথত চলাইছে 'অপাৰেচন চাৰখাৰ'। যান-বাহন আইন উলংঘা কৰা প্ৰতিখন বাহনৰ গৰাকীক অভিযানস্থলীতে বিহিছে জৰিমনা।