thumbnail

নুমলীগড় শোধনাগাৰৰ উদ্যোগত চাইক্ল’থন ২০২২ ৰ আয়োজন

By

Published : Apr 17, 2022, 9:16 PM IST

Updated : Apr 17, 2022, 9:36 PM IST

দেওবাৰে নুমলীগড় শোধনাগাৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ ( Azadi Ka Amrit Mahotsav) উপলক্ষে দেশৰ নাগৰিকৰ মাজত স্বাস্থ্য সজাগতা, পৰিবেশ সংৰক্ষণ আৰু ইন্ধন সংৰক্ষণৰ লক্ষ্য আগত ৰাখি চাইক্ল’থন ২০২২ অনুষ্ঠিত কৰা হয় ( Numaligarh Refinery organized Cyclothon ) ৷ এই অনুস্থানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ তিনি শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গোলাঘাটৰ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে ৷
Last Updated : Apr 17, 2022, 9:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.