thumbnail

By

Published : Jan 1, 2021, 7:48 PM IST

ETV Bharat / Videos

পানীমূৰ জলপ্ৰপাতৰ সৌন্দৰ্যৰ মাজত বনভোজপ্ৰেমী

আজি পহিলা জানুৱাৰী ৷ ব্যাপক উছাহ-আনন্দৰ মাজেৰেই ৰাজ্যবাসীয়ে আদৰণি জনালে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনক ৷ বৰ্ষটোৰ প্ৰথম দিনটোত আপোনজন, বন্ধু-বৰ্গ, পৰিয়ালৰ সৈতে কিছু সময় কটাবলৈ বনভোজস্থলী সমূহত ভীৰ কৰে অগণন বনভোজপ্ৰেমীয়ে ৷ ডিমা হাছাও জিলাৰ পানীমূৰৰ জলপ্ৰপাততো আজি দেখিবলৈ পোৱা গ'ল অংসখ্য বনভোজপ্ৰেমীৰ উপস্থিতি ৷ পানীমূৰ জলপ্ৰপাতৰ পৰা ইটিভি ভাৰতে যুগুতোৱা এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.