52 খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল নলবাৰী মহকুমা বিহু সন্মিলনী

By

Published : Apr 17, 2022, 8:29 PM IST

thumbnail
52 খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হ'ল নলবাৰী মহকুমা বিহু সন্মিলনীৰ (Nalbari bihu sanmilani celebrates Rongali bihu ) । দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল নলবাৰী মহকুমা বিহু সন্মিলনীৰ । নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা এই বিহু সন্মিলনীখন 52 গৰাকী বিশিষ্ট ব্যাক্তিয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে (Rongali Bihu celebrated in Nalbari) ৷ বিহু কুৱৰী, বিহু হুচ'ৰি , পিঠা বনোৱা , চিত্ৰাংকন প্ৰতিযোগিতা আদিৰে সম্পূৰ্ণকৈ সাজু হৈ উঠিছে নলবাৰী মহকুমা বিহু সন্মিলনী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.