হাঁহি বিৰিঙিছে 35 বছৰে শয্যাশায়ী কমলাকান্তৰ মুখত - 35 বছৰে শয্যাশায়ী কমলাকান্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6255059-thumbnail-3x2-p2.jpg)
নাহৰকটীয়াৰ চাচনী মৌজাৰ, মূঢ়ানী গাৱঁৰ 35 বছৰে শয্যাশায়ী এজন ব্যক্তিৰ কৰুণ কাহিনী ৷ 35 বছৰ আগৰেই এটা অভিশপ্ত দিনত দুভৰিৰে থিয় হৈ থাকিব পৰা শক্তি হেৰুৱাইছিল স্বৰ্গীয় বলিন গগৈৰ পুত্ৰ কমলা গগৈয়ে ৷ তেতিয়াৰে পৰা সূদীৰ্ঘ 35 টাকৈ বছৰ অসুখীয়া শৰীৰেৰে বিছনাতেই অসহায় ভাৱে পৰি ৰৈছে এইগৰাকী ব্যক্তি ৷ সাৰথি হিচাপে সকলো সময়তে তেঁওৰ কাষত থিয় দিছে ৰুগীয়া বৃদ্ধা মাতৃয়ে ৷