Multi purpose Cooperative Movement: নিবনুৱাক স্বাৱলম্বী কৰাৰ প্ৰয়াস অমিয় কুমাৰ ভূঞাৰ - নিবনুৱাক স্বাৱলম্বী কৰাৰ প্ৰয়াস বিধায়ক অমিয় কুমাৰ ভূঞাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 13, 2022, 2:22 PM IST

কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে নিবনুৱা সংস্থাপনৰ বাবে এক প্ৰয়াস আৰম্ভ কৰিছে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (MLA Amiya Kumar Bhuyan) ৷ বহুমুখী সমবায় আন্দোলনৰ (Multi purpose Cooperative Movement) জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিছে বিধায়কগৰাকীয়ে ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী গোশালা অঞ্চলত থকা প্ৰায় ৩০০ বিঘা পতিত মাটিত নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই কাম হাতত লৈছে বিধায়কগৰাকীয়ে ৷ বহুমুখী বীৰ লাচিত সমবায় সমিতিৰ উদ্যোগত স্থানীয় থলুৱা খাদ্য সামগ্ৰী উৎপাদনৰ প্ৰয়াস কৰি বুধবাৰে অঞ্চলটো পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.