thumbnail

By

Published : Apr 15, 2021, 12:55 PM IST

ETV Bharat / Videos

মৰাণৰ 1 নং মিৰিহোলাবাসীয়ে আয়োজন কৰিলে মুকলি বিহু

আজি পহিলা ব'হাগ ৷ ৰাজ্যবাসী আপোন পাহৰা হৈছে ৰঙালীৰ ৰঙত ৷ ঢোল,পেঁপাৰ মাতত মুখৰিত সমগ্ৰ ৰাজ্য ৷ উজনি-নামনি সকলোতে এতিয়া ৰঙালীৰ পাৰ ভঙা উচাহ ৷ ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই গৰু বিহুৰ দিনাৰ পৰাই আয়োজন কৰিছে মুকলি বিহুৰ ৷ আন আন প্ৰান্তৰ লগতে মৰাণৰ 1 নং মিৰিহোলাবাসী ৰাইজেও অনুষ্ঠিত কৰিছে মুকলি বিহু ৷ মিৰি যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত এই মুকলি বিহুৰ মুখ্য আকৰ্ষণ আছিল কণী যুঁজ আৰু আমন্ত্ৰণিত হুঁচৰি দলৰ দ্বাৰা বিহু প্ৰদৰ্শন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.