হাই মাদ্ৰাছাত পৰীক্ষাত শীৰ্ষ স্থানত উজলিল তেজপুৰৰ মোছাফিৰ আল্ হাছান - মোছাফিৰ আল্ হাছান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2022, 10:59 AM IST

ঘোষণা হ’ল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (AHM exam Results 2022) ৷ হাইমাদ্ৰাছা পৰীক্ষাত এইবাৰ উজলিল তেজপুৰ হাই মাদ্ৰাছা আল কাছাৰ মডেল একাডেমীৰ ছাত্ৰ মোছাফিৰ আল্ হাছান ৷ 556 নম্বৰ পাই হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ মোছাফিৰ আল্ হাছানে (Mosafir Al Hasan secure first rank in AHM exam) । ভৱিষ্যতে এগৰাকী এৰো স্পেছ ইঞ্জিনীয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে মোছাফিৰ আল্ হাছানে ৷ মোছাফিৰ আল্ হাছানৰ এই সফলতাক লৈ আনন্দিত এতিয়া পিতৃ-মাতৃৰ লগতে আত্মীয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.