ভৰিত বোকা লাগিব: সাংবাদিকৰ পিঠিত উঠি বন্যাৰ্তৰ খবৰ ল’লে বিধায়ক শিবু মিশ্ৰই - বছৰৰ প্ৰথমটো বানত ককবকাইছে এতিয়া শ শ বন্যাৰ্তই

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 19, 2022, 12:57 PM IST

ৰাজ্যত এতিয়া বানে লৈ সংহাৰী ৰূপ (Flood situation grim in Assam) ৷ বছৰৰ প্ৰথমটো বানত ককবকাইছে এতিয়া শ শ বন্যাৰ্তই ৷ ৰাজ্যৰ কেউফালে কেৱল পানী আৰু পানী ৷ পানীৰ মাজতে দুই এক জনপ্ৰতিনিধি গৈছে ৰাইজৰ খবৰ ল’বলৈ ৷ এইবাৰ সাংবাদিকৰ পিঠিত উঠি বিধায়ক শিবু মিশ্ৰ ওলাল হোজাইৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ ৷ আনহাতে, সাংবাদ মাধ্যমৰ আগতো বিধায়কগৰাকীৰ অকপট স্বীকাৰোক্তি, গা বেয়া আছিল বাবেই সাংবাদিকৰ পিঠিত উঠি নিদ্দিৰ্ষ্ট স্থানলৈ গমন কৰিছিল তেওঁ ৷ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ এই কৰ্মকাণ্ড ৷ লগতে সচেতন মহলৰ মাজতো সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.