সুধাকণ্ঠৰ ওপজা দিনত বিধায়ক প্ৰশান্ত ফুকনে গালে ভূপেন্দ্ৰ সংগীত - প্ৰশান্ত ফুকনে গালে ভূপেন্দ্ৰ সংগীত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 8, 2022, 9:44 PM IST

এইবাৰ কণ্ঠশিল্পীৰ ৰূপত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prasanta Phukan as singer) । ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সমিতি ৰামধেনুৰ উদ্যোগত আৰু নৃত্যাংগণ কলাকেন্দ্ৰ আৰু প্ৰেছ ক্লাৱৰ সহযোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিনৰ (Birth anniversary of Bhupen Hazarika) কাৰ্যসূচীত গীত গালে বিধায়ক প্ৰশান্ত ফুকনে (Prasanta Phukan tributes to Sudhakantha)। 'বিমূৰ্ত মোৰ নিশাটি যেন' ৰ্শীৰ্ষক গীতটি পৰিৱেশন কৰিলে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.