অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ শুভেচ্ছা জনালে বিধায়ক ভুৱন গামে - Bohag Bihu 2022
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15023184-thumbnail-3x2-majuli.jpg)
আজি পহিলা ব’হাগ (Rangali Bihu 2022) ৷ মাজুলীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী অসমীয়াক অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাই বিধায়ক ভুৱন গামে (MLA Bhuban Gam greets Assamese on Rangali Bihu) । পহিলা ব’হাগৰ দিনটোত মাজুলীৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মাজুলীৰ হৈ কাম কৰি যোৱাৰ লগতে মাজুলীৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে অহৰহ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে ৷