thumbnail

By

Published : Jun 17, 2022, 10:29 PM IST

ETV Bharat / Videos

মিছামাৰীত বানৰ কৱলত নবিল পথাৰ গাঁও: বন্ধ বিদ্যালয়ৰ পাঠদান

ৰাজ্যত অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ ফলত প্লাবিত হৈছে বহুকেইখন জিলা(Flood in Assam)৷ সমান্তৰালকৈ বানৰ কৱলত পৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁও(Sonitpur district affected by Flood)৷ গাঁওখনৰ কেইবাটাও পৰিয়াল, সমন্বয় ক্ষেত্ৰৰ লগতে নবিল পথাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন বানে বুৰাই পেলায় । বানৰ ফলতে শুকুৰবাৰে বন্ধ ৰখা হয় নবিল পথাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৷ বৰ্তমান বানৰ ফলত গাঁওখনৰ মূল পথচোৱা পানীৰ তলত বুৰ যোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.